Sale!

Asom Gyanam 2022 Assam GK Assamese By Dulal Mishra

209.00

Asom Gyanam 2022 Assam GK Assamese By Dulal Mishra

অসমৰ প্ৰাচীন ইতিবৃত্তৰ লগতে ভৌগোলিক অৱস্থান, চাৰিসীমা, নদ-নদী, ৰাজনৈতিক ইতিহাস আৰু অসমৰ ৰাজনৈতিক বুৰঞ্জীৰ চমু আভাস দিবলৈ এই শিতানটোৰ জৰিয়তে চেষ্টা কৰা হৈছে।

To read detailed contents, please check the description below.

Note: Delivery of this Book takes 5-7 Working Days considering upon locations.

Delivery Charges: Rs 50 For Prepaid orders via Instamojo for online payment.

For Cash On Delivery: Additional Rs 70 is charged for handling cash.

If you have online payment facilities, please try to make online payment as it will charge less.

If you have any questions, call or Whatsapp us at 9101633046

SKU: AssamGK109 Categories: , , , ,
Report Abuse

Description

Asom Gyanam 2022 Assam GK Assamese By Dulal Mishra Published By RG Publication

অসম/৯-১৬

অসম নামৰ উৎপত্তি

ভৌগোলিক অৱস্থান

অসমৰ চাৰিসীমা

অসমৰ জলবায়ু

অসমৰ প্ৰাকৃতিক বিভাগ অসমত বৃষ্টিপাত

অসমত ভূমিকম্প

অসমৰ নদ-নদী

অসমৰ ৰাজনৈতিক ইতিহাস / ১৭-২৬

• ইয়াণ্ডাবু সন্ধিৰ পূৰ্ণপাঠ / ২৬-২৭

অসম আন্দোলন, অসম চুক্তি আদি / ২৮-৩৮ অসমৰ প্ৰথমখন সংগীত মহাবিদ্যালয় / ৩৯-৪১

হিউৱেন চাঙৰ টোকা/৪১-৪৩

অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্রামী / 88-50

অসমৰ ৰাজনৈতিক বুৰঞ্জীৰ চমু খতিয়ান /৫১-৫৮

স্বাধীনতা আন্দোলনৰ ১৯৪২ চনৰ ছহিদ কেইগৰাকীমান অসমৰ বুৰঞ্জীৰ কেইটামান বিশেষ ঘটনা

অসমত ক’ত কি আছে অসমৰ সমাজ ব্যৱস্থা / ৫৯-৬৭

পৰিয়াল

জাতিপ্ৰথা

ধর্ম

অসমৰ বিবাহ অনুষ্ঠান

অসমৰ থলুৱা খাদ্য

অসমৰ জিলাসমূহ / ৬৮-১৫৯

অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ তালিকা / ১৬০-১৬৩

অসমৰ বিধানসভা /১৬৪-১৭২

অসম বিধানসভা বিধানসভাৰ ইতিহাস

প্রথম বিধানসভাৰ ভোটদাতাৰ সংখ্যা প্রথম বিধানসভাৰ নিৰ্বাচনৰ দলীয় স্থিতি

অসম বিধানসভাৰ মহিলা প্রতিনিধি

অসম বিধানসভাৰ মহিলা উপাধ্যক্ষসকল

গোপীনাথ বৰদলৈৰ প্ৰথম মন্ত্রীসভা

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য / ১৭৩-১৮৮

কেইবিধমান জন্তু, চৰাইৰ অসমীয়া,

ইংৰাজী আৰু বৈজ্ঞানিক নাম

অসমৰ প্ৰধান জনগোষ্ঠীসমূহ / ১৯৬-২০৫

১৮৯-১৯৫

অসমৰ মানুহৰ উপাধিসমূহ / ২০৬-২০৯

অসমৰ কেতবোৰ উল্লেখযোগ্য নৃত্য / ২১০-২১৪ অসমীয়া লিপি আৰু ইয়াৰ ছপা ৰূপ / ২১৫-২১৮

অসমৰ লোকবাদ্য / ২১৯-২২১

অসমৰ পুৰণি আ-অলংকাৰ / ২২২-২২৩ অসমৰ উদ্যোগ / ২২৪-২৩১

চাহ, ৰবৰ, খাৰুৱাতেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল, চিমেণ্ট, সাৰ

কাৰখানা, প্লাইউড, চেনিকল, কাগজ, পর্যটন

অসমৰ জলসিঞ্চন ব্যৱস্থা / ২৩২ অসমৰ শক্তি উদ্যোগ / ২৩৩-২৩৪

অসমৰ পথ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা / ২৩৫-২৩৯

অসমৰ কৃষি আৰু অৰ্থনীতি / ২৪০-২৪৩

অসমৰ শিল্প / ২৪৪-২৫৪

অসমীয়া সোণৰ শিল্প

পিতলৰ সামগ্ৰী গঢ়িবলৈ প্ৰাচীন অসমত ব্যৱহাৰ কৰা কেতবোৰ সা সৰঞ্জাম

শংকৰী যুগত ব্যৱহৃত পিতলৰ উল্লেখযোগ্য সঁজুলি কেইপদমান কঁহাৰসকলে প্ৰস্তুত কৰা অসমৰ অতি জনপ্রিয় সামগ্রীসমূহ আহোম-চুতীয়া যুগত অসমৰ কৰ্মাৰ্শালত গঢ়া কেইবিধমান সামগ্রী

প্রাচীন অসমৰ কাৰিকৰসকলে সজা কেইখনমান উল্লেখযোগ্য অসমীয়া কুমাৰে গঢ়া মাটিৰ পাত্ৰ বা সঁজুলি কেইবিধমান

বৰেণ্য ব্যক্তিৰ পৰিচিতি / ২৫৫-৩৩২

| অসমৰ কেতবোৰ ধৰ্মীয় উৎসৱ-পাৰ্বন /৩৩৩-৩৫১

মহাপুৰুষৰ তিথি, দেওধনী নৃত্য, আই সবাহ, বাঁশ পূজা, বার্থেী পূজা অপেচৰী সবাহ, শিল পূজা, গো পূজা, জল পূজা, দুর্গা পূজা, বাঘেশ্বৰী পূজা বৃক্ষ পূজা, কাহুৰী আইৰ পূজা, বুঢ়া-গোসাঁনী পূজা, মৎস্য পূজা, কাছ পূজা মনসা পূজা, আইলা পূজা, মহহো পূজা, পঁচতি, আলি-আয়ে লৃগাং, উপৰঠেলীৰ সবাহ, সৰি বা সুৱেৰি, মেডাম-মে ফি, কৰ্ম পূজা, তিহাৰ, ভঠেলী, সোণাৰাই পূজা, ফাকুৱা বা দৌল উৎসৱ, কুমাৰী পূজা, ঈদ

অসমীয়া বাতৰি কাকতৰ ইতিহাস / ৩৫২-৩৬৫

অসমীয়া শিশু আলোচনীৰ তালিকা / ৩৬৬-৩৬৭ গ্ৰন্থ আৰু গ্ৰন্থকাৰ / ৩৬৮-৩৭৩

ৰমন্যাস যুগৰ কেইখনমান গল্প পুথি আৰু ইয়াৰ ৰচক / ৩৭৩-৩৭৫ ৰমন্যাস যুগৰ কেইখনমান নাটক আৰু ইয়াৰ ৰচক / ৩৭৫-৩৭৮

আধুনিক যুগৰ কেইখনমান কবিতাপুথি আৰু কবি / ৩৭৮-৩৮০

আধুনিক যুগৰ গল্পপুথি আৰু লেখক / ৩৮০-৩৮৩ আধুনিক যুগৰ উপন্যাস আৰু ৰচক / ৩৮৩-৩৮৮

আধুনিক যুগৰ নাটক কেইখনমান আৰু নাট্যকাৰৰ নাম / ৩৮৮-৩৯) অসমীয়া সাহিত্যৰ কেইখনমান অনুবাদ সাহিত্য / ৩৯১

অসমীয়া সাহিত্যৰ কেইখনমান গীতৰ পুথি আৰু ৰচক / ৩৯২-৩৯৩ অসমীয়া সাহিত্যৰ আত্মজীৱনীকেইখৰ নাম আৰু ৰচকৰ

নাম

/ ৩৯৩-৩৯৪

অসমীয়া সাহিত্যৰ কেইখনমান জীৱনী গ্রন্থ আৰু ৰচকৰ নাম

| ৩৯৪-৩৯৫

অসমীয়া সাহিত্যৰ কেইখনমান ভ্ৰমণমূলক পুথি, ৰচক নাম / ৩৯৫

কেইজনমান প্রখ্যাত অসমীয়া কবি/সাহিত্যিকৰ জন্ম, মৃত্যুৰ চন / ৩৯৫-৩৯৬

কাক কি বুলি জানো / ৩৯৬-৩৯৮ ছদ্মনামৰ আঁৰৰ সাহিত্যিকসকল / ৩৯৮-৪00

অসম সাহিত্য সভা / ৪০১-৪০৩

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সম্পৰ্কীয় তথ্য / ৪০৪-৪০৫ অসমীয়া সাহিত্যত প্রথম / ৪০৫-৪০৭

অসমৰ কেইটামান উল্লেখযোগ্য সংস্থা আৰু সংগঠন

/৪০৮-৪১১

অসম ছাত্র সন্মিলন

অসম নাট্য সন্মিলন

অসম নেপালী সাহিত্য সভা

অসম প্ৰকাশন পৰিষদ

অসম বিজ্ঞান সমিতি

অসম লেখিকা সংস্থা

অসম সংৰক্ষিণী সভা

অসমীয়া ভাষা উন্নতি সাধিনী সভা

আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা

কামৰূপ সংস্কৃত সঞ্জীৱনী সভা

কামৰূপ অনুসন্ধান সমিতি

ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি

সদৌ অসম লেখিকা সমাৰোহ সমিতি

অসমৰ উল্লেখযোগ্য মঠ-মন্দিৰ, সত্ৰ / ৪১২-৪২৩

কামাখ্যা মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, নাগশংকৰ মন্দিৰ, উগ্ৰতাৰা দেৱালয়, উমানন্দ মন্দিৰ, গৰখীয়া দৌল, কলীয়া গোসাঁই থান, গোপীনাথ থান, গোপেশ্বৰ দেৱালয়, টুক্ৰেশ্বৰী দেৱালয় জয়দৌল, জনাদন দেৱালয়, শুক্ৰেশ্বৰ দেৱালয়, মহামায়া মন্দিৰ, মহাভৈৰৱ মন্দিৰ, বশিষ্ঠ আশ্রম, মদন কামদেৱ

দেৱালয়, মালিনী থান, হয়গ্ৰীৱ মাধৱ মন্দিৰ, শিৱদৌল, তাম্ৰেশ্বৰী মন্দিৰ নামতি দ’ল, পৰিহৰেশ্বৰ দেৱালয়, বিশ্বনাথ শিৱলিংগ, বদুলাত্মতাৰ ধান, নাহৰণি থান, কুকুৰাকাটা থান. পোৱামক্কা, আজানপীৰ দৰগাহ, পাগলাবাবা আৰু বুঢ়াবুঢ়ী থান, বাঘেশ্বৰী দেৱালয়, নৱগ্ৰহ মন্দিৰ, ঢেঁকীয়াখোৱা নামঘৰ, কমলাবাৰী সত্ৰ, বৰপেটা সত্ৰ আৰু কীৰ্তন ঘৰ, কুৰুৱাবাহী সত্ৰ, পাটবাউসী সত্ৰ, বৰদোৱা সত্ৰ, আউনিআটী সত্ৰ, বামাখাটা সত্ৰ

অসমৰ কেইটামান উল্লেখযোগ্য প্রতিষ্ঠান /৪২৪-৪২৯

গুৱাহাটী প্লেনেটৰিয়াম, আকাশবাণী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ, আইআই টি গুৱাহাটী, চিপেট, ইনষ্টিটিউট অব প্লাজমা ৰিচাৰ্চ, অসম ৰাজ্যিক চিৰিয়াখান আৰু বটানিকেল গার্ডেন, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, অসমৰ ৰাজ্যিক সংগ্ৰহালয়, টোকলাই চাহ গৱেষণা কেন্দ্র, বিবেকানন্দ কেন্দ্র, ইনষ্টিটিউট অব কালচাৰ ফৰেনছিক ৰিচাৰ্চ চেণ্টাৰ

অসমীয়া ফকৰা যোজনা / ৪৩০-৪৪০

অসমীয়া চলচ্চিত্র / ৪৪১-৪৫১

ভ্রাম্যমাণ থিয়েটাৰৰ ইতিহাস / ৪৫২-৪৫৫ ভ্রাম্যমাণ থিয়েটাৰৰ সৰ্বপ্ৰথম / ৪৫৬-৪৫৭

বৰদলৈ ট্ৰফীৰ চমু ইতিহাস / ৪৫৮ অসমৰ থলুৱা খেল-ধেমালি / ৪৫৯-৪৬৩

সংক্ষিপ্তকৰণ / ৪৬৪-৪৬৭ বিহু সম্পৰ্কীয় শতাধিক প্রশ্নোত্তৰ / ৪৬৮-৪৮২

বহুবিকল্পী প্রশ্নোত্তৰ / ৪৮৩-৫৬৮

বঁটা সন্মান / ৫৬৯-৫৮১

মৃত্যু / ৫৮২-৫৮৬ 1

কেইটিমান জানিবলগীয়া তথ্য / ৫৮৭-৫৮৮ অসমৰ সাহিত্য সভাৰ সভাপতিসকল / ৫৮৯-৫৯১

২০২১ চনৰ নৱগঠিত অসম মন্ত্রীসভা / ৫৯২ কেৰিয়াৰ সম্পৰ্কীয় লেখাঃ ক’ভিডৰ পিছত সাম্ভাৱ্য কিছু কেৰিয়াৰ

| ৫৯৩-৫৯৫

অসমৰ গৌৰৱ ব্রঞ্জ কন্যা লাভলীনা বৰগোঁহাই নীলমণি ফুকনলৈ জ্ঞানপীঠ বঁটা / ৫৯৭

সাহিত্য অকাডেমী বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰী/ ৫৯৮ সাহিত্য অকাডেমীৰ

 

Additional information

Weight 0.5 kg
Dimensions 25 × 22 × 2 cm

Reviews

There are no reviews yet.

Be the first to review “Asom Gyanam 2022 Assam GK Assamese By Dulal Mishra”

Your email address will not be published.

Quality of the Book
Service of Books Jugaad

Vendor Information

  • No ratings found yet!

Product Enquiry

You may also like…