Matric Exam Preparation 2023

■ 100% Common পেলোৱাৰ উদ্দেশ্যে প্ৰতিটো অধ্যায়ৰ পৰা পুংখানুপুংখভাৱে বাছি উলিওৱা সৰ্বাধিক MCQ & VSA প্রশ্নোত্তৰ সন্নিৱিষ্ট কৰা হৈছে। প্রত্যেকটো অধ্যায়/ গোটৰ পৰা বিগত 10 বছৰে HSLC পৰীক্ষাত অহা MCQ &

■ VSA প্রশ্নোত্তৰ অন্তৰ্ভুক্ত কৰা হৈছে।

■ প্ৰতিটো অধ্যায়ৰ আৰম্ভণিতে ‘To the Point’ কৰি মনত ৰাখিব পৰাকৈ ‘পাঠটোৰ মূল কথা’ দিয়া হৈছে।