Assamese Grammar অসমীয়া ভাষাৰ ব্যাকৰণ By Dr Upendranath Goswami

130.00

Assamese Grammar অসমীয়া ভাষাৰ ব্যাকৰণ or Asamiya Bhashar VyakaranBy Dr Upendranath Goswami has been divided in two parts and consist of various topics required to strengthen the base of Assamese Grammar.

To read detailed contents, please check the description below.

Note: Delivery of this Book takes 5-7 Working Days considering upon locations.

Delivery Charges: Rs 50 For Prepaid orders via Instamojo for online payment.

For Cash On Delivery: Additional Rs 70 is charged for handling cash.

If you have online payment facilities, please try to make online payment as it will charge less.

If you have any questions, call or Whatsapp us at 9101633046

 

SKU: AG101 Categories: ,

Description

Assamese Grammar অসমীয়া ভাষাৰ ব্যাকৰণ By Dr Upendranath Goswami

Asamiya Bhashar Vyakaran

Contents:

সূচীপত্র

প্রথম খণ্ড (>)

ভাষা, ব্যাকৰণ। ধ্বনি : স্বৰ-ধ্বনি আৰু ব্যঞ্জন ধ্বনি, বিশিষ্ট ধ্বনি, বিশিষ্ট স্বৰ ধ্বনি, দ্বিস্বৰ-ধ্বনি, বিশিষ্ট ব্যঞ্জন-ধ্বনি, শ্রুতি-ধ্বনি। বিশিষ্ট-ধ্বনি আৰু আখৰ, ধ্বনি আৰু আখৰৰ বিশ্লেষণ।

পৃষ্ঠা – ১-৭

ৰূপ, প্রত্যয়, ধাতু, শব্দ মূল বা প্রাতিপদিক, প্রকৃতি, তির্যক ৰূপ, শব্দ, সন্ধি, ধ্বনিসাপেক্ষতা, রূপসাপেক্ষতা, নিকটস্থ অঙ্গ।

পৃষ্ঠা—৮-১৪

শব্দৰ শ্ৰেণী-বিভাগ। বিশেষ্যঃ বচন, বহুবচনৰ প্ৰত্যয়, লিঙ্গ। নিৰ্দিষ্টতাবাচক প্রত্যয়, পুৰুষৱাচক-নিৰ্দিষ্টতাৱাচক প্রত্যয়, সম্বোধনবোধক-নির্দিষ্টতাবাচক প্রত্যয়, অনির্দিষ্টতাবাচক প্রত্যয়। কাৰক আৰু শব্দ-বিভক্তি। শব্দ বিভক্তিবোৰৰ ব্যৱহাৰ। বিশেষণ, বিশেষণৰ তুলনা।

পৃষ্ঠা-১৫-৪১

(8)

সর্বনাম, সর্বনাম শব্দৰ বৈশিষ্ট্য। সর্বনামৰ তালিকা: পুৰুষৱাচক, নিশ্চয়ৱাচক, সম্বন্ধৱাচক, প্রশ্নবাচক, অনির্দিষ্টতাৱাচক, নিজৱাচক, আৰু সমষ্টিবাচক সর্বনাম। সর্বনাম শব্দবোৰৰ ৰূপ। সংখ্যাৱাচক শব্দ : সংখ্যাৱাচক বিশেষ্য-শব্দ, সংখ্যাৱাচক বিশেষণ-শব্দ, পূৰণবাচক সংখ্যাবাচক শব্দ, আংশিক সংখ্যাৱাচক শব্দ।

(৫)

পৃষ্ঠা— ৪২-৫৭

ক্ৰিয়া আৰু ক্ৰিয়া বিভক্তি। ক্ৰিয়াবোৰৰ ৰূপ। অনিয়মিত ধাতু। বিৱিধ ধাতু : পাঁচনি ধাতু, নাম-ধাতু, ধ্বন্যাত্মক ধাতু, সংযুক্ত ধাতু। ক্ৰিয়াৰ নাস্ত্যৰ্থক ৰূপ। তুমুনন্ত ক্ৰিয়া রূপ। কৃদন্ত। সমাপিকা আৰু অসমাপিকা ক্রিয়া ৰূপ। সকৰ্মক আৰু অকর্মক ক্রিয়া ৰূপ। ক্ৰিয়াৰ অবিচ্ছিন্নতা। ছৰ্তসাপেক্ষতা। ক্ৰিয়াৰ বাচ্য। ক্রিয়া-বিশেষণ। ক্রিয়া-বিশেষণ তুলনা।

অব্যয়। পৰ-সর্গ ঃ বিশেষ্যৱাচক পৰ-সৰ্গ, ক্রিয়াৱাচক পৰ-সৰ্গ। বিৱিধকি

অব্যয়৷ জোৰ-বুজোৱা ৰূপ : ওপৰঞ্চী ভাৱত, ডাঠি কোৱা ভাৱত। পুনৰুক্তি।

পৃষ্ঠা-৮১

(9)

শব্দ-গঠনঃ কৃৎ-প্রত্যয়, তদ্ধিত প্রত্যয়, পূর্ব-প্রত্যয়, ধ্বন্যাত্মক শব্দ, প্রতিধ্বন্যা

শব্দ, সংযুক্ত শব্দ।

(৮)

পৃষ্ঠা—৯০-১

বাক্য-গঠন ঃ ক্রিয়াবিহীন বাক্য, ক্রিয়াযুক্ত বাক্য। বিৱিধ বাক্য ঃ সৰল বাক্য, বাক্য, সংযুক্ত বাক্য, উপ-বাক্য, খণ্ড-বাক্য, জতুৱা খণ্ড—বাক্য। উক্তি : প্রত্যক্ষ পৰোক্ষ-উক্তি।

পৃষ্ঠা— ১১৮১

দ্বিতীয় খণ্ড

(৯)

অসমীয়া ভাষাত সংস্কৃতীয়া ৰূপ। সংস্কৃতৰ বৰ্ণমালা ঃ স্বৰ-বৰ্ণ, সৰল স্বৰ-বৰ্ণ, স্বৰ-বৰ্ণ, বৃদ্ধি স্বৰ-বৰ্ণ, ব্যঞ্জন-বর্ণ। নত্ব-বিধি, ষত্ব-বিধি। সন্ধি : স্বৰ-সন্ধি, ব্যঞ্জনস বিসর্গ-সন্ধি। সংখ্যাৱাচক বিশেষ্য-শব্দ, সংখ্যাৱাচক বিশেষণ শব্দ, বিশেষণৰ তুলনা প্রত্যয়।

(১০)

পৃষ্ঠা: — ১৩৩-১

পৃষ্ঠা-১

কৃৎ-প্রত্যয়। তদ্ধিত-প্রত্যয়। উপসর্গ। পৰিশিষ্ট ঃ যতি-চিন পাৰিভাষিক শব্দ-সূচী গ্রন্থ-পঞ্জী

Additional information

Weight 0.5 kg
Dimensions 25 × 22 × 2 cm

Leave a Reply

Your email address will not be published. Required fields are marked *

  • A Text Book of ENGLISH Grammar & Composition By Adhir Debnath For IX-XII Assamese Medium Quick View
  • Assam Inspector of Excise & Excise Constable By Ashok Book Publisher Quick View
  • Alama’s Assam Year Book 2021 By Sakir Alam (English, June 2021 Edition)Alama’s Assam Year Book 2021 By Sakir Alam (English, June 2021 Edition) Quick View

You may also like…

  • Bani Bichitra Bengali Grammar VII to XII by Piyush Dey(Bani Prakashani) Quick View
  • Oxford Pocket English GrammarOxford Pocket English Grammar Quick View