Rachana Bichitra by Dharma Singha Deka
₹270.00
Rachana Bichitra by Dharma Singha Deka from Assam Book Depot
ৰচনা বিচিত্ৰা ( ব্যাকৰণেৰে সৈতে ) ধৰ্ম্ম সিংহ ডেকা পৰিৱেশক By অসম বুক ডিপো.
For contents, please check description.
Note: Delivery of this Book takes 3-7 Working Days considering upon locations.
Delivery Charges: Rs 50 For Prepaid orders via Instamojo
For Cash On Delivery: Additional Rs 70 is charged for handling cash.
If you have online payment facilities, please try to make online payment as it will charge less.
If you have any questions, call or Whatsapp us at 9101633046
Description
Rachana Bichitra by Dharma Singha Deka from Assam Book Depot
ৰচনা বিচিত্ৰা ( ব্যাকৰণেৰে সৈতে ) ধৰ্ম্ম সিংহ ডেকা পৰিৱেশক By অসম বুক ডিপো
প্রথম খণ্ড (ব্যাকৰণ)
বিষয়
ক্রমিক নং
প্রথম পাঠ : ১। ভাষা, ২। অসমীয়া ভাষা, ৩। ধ্বনি আৰু বৰ্ণ (ক) স্বৰবৰ্ণ
(খ) ব্যঞ্জনবর্ণ। ৪। উচ্চাৰণৰ স্থান অনুযায়ী বর্ণ ভাগ ৫। ধ্বনি পৰিৱৰ্তন
স্বল্ভক্তি, স্বৰাগম, অপনিহিতি; অভিশ্রুতি, অপশ্রুতি, স্বৰ সংগ
য়- শ্ৰুতি আৰু ৱ-শ্ৰুতি, সমীকৰণ বা সমীভৱন অস্ত্যস্বৰাগৰ,
অসমীকৰণ বা বিষমীভৱন বর্ণ বিপর্যয়, বর্ণলোপ, বর্ণাগম
মহাপ্ৰাণিতকৰণ; অল্পপ্ৰাণিতকৰণ; প্ৰস্বৰ; সাদৃশ্য।
দ্বিতীয় পাঠ:১। শব্দ, অসমীয়া ভাষাৰ শব্দসম্ভাৰ-১। তদ্ভব; ২। (ক) তৎসম (খ) অৰ্দ্ধতৎসম (৩) দেশীয় ৪ বিদেশী আৰু ভাৰতৰ অন্যান্য গোষ্ঠীৰ শব্দ। ২। শব্দৰ গঠন – (১) কুদস্ত, (২) তদ্ধিত সমাস নিষ্পন্ন শব্দ। অন্যান্য শব্দ (১) যৌগিক; (২) (৩) যোগ-ৰূঢ়; (৪) অনুৰূপ (ক) অনুকাৰ-অনুৰূপ; (খ) দ্বিকক্ত অনুৰূপ (গ) ঘূৰীয়া বা অনিয়মিত অনুৰূপ; (৫) অনুকাৰ বা ধ্বন্যাত্মক শব্দ (৬) প্রাতিপদিক; (৭) ধাতু; (৮) প্রকৃতি: (৯) উপসর্গ—– (ক) সংস্কৃত উপসর্গ: (খ) অসমীয়া উপসর্গ; (গ) বিদেশী উপসর্গ; (ঘ) অনুসর্গ,
(ঙ) শব্দৰ শক্তি।
তৃতীয় পাঠঃ (ক) ণত্ব বিধি; (খ) ষত্ব বিধি। চতুৰ্থ পাঠ ঃ সন্ধি—প্ৰকৰণ– (ক) স্বৰসন্ধি; (খ) ব্যঞ্জন সন্ধি, (গ) বিসর্গ সন্ধি
(ঘ) অসমীয়া সন্ধি। পঞ্চম পাঠ : সমাস— সন্ধি আৰু সমাসৰ পাৰ্থক্য, সমস্যমান পদ বা ব্যক্ত পদ,
সমস্ত পদ, ব্যাসবাক)। (১) সমাস – ইতৰেতৰ সমাহাৰ, একশেষ, (২) দ্বিগু; (৩) বহুব্রীহি-ব্যতিহাৰ বহুৱীহি; (৪) কৰ্ম্মধাৰয়- মধ্যপদলোপী, অস্ত্যপদলোপী, উপমান, উপমেয়, উপমান কর্মধাৰয়, উপমিত কৰ্মধাৰয়, ৰূপক, কর্মধায়, বহুদ্ৰীহি আৰু কৰ্মধায় সমাসৰ তুলনা, উপমিত কর্মধাৰয় আৰু ৰূপক কর্মধায় পার্থক্য; (৫) তৎপুৰুষ সমাস—১ম তৎপুরুষ সমাস নোহোৱাৰ কাৰণ; ২য়া, ৩য়া, ৪র্থী, ৫মী, ৬ষ্ঠী, ৭মী তৎপুৰু.
বিষয়
অব্যয় আৰু তাৰ শ্রেণীবিভাগ
বচন – বচন বুজোৱা চিনবোৰ লিঙ্গ প্ৰকৰণ স্ত্রী-প্রত্যয়, সংস্কৃত স্ত্রী-প্রত্যয়
একাদশ পাঠ :
স্বাদশ পাঠ
ত্রয়োদশ পাঠ : কাল— বর্তমান, অতীত, ভৱিষ্যত
চতুৰ্দ্দশ পাঠ পঞ্চদশ পাঠ : কাৰক অসমীয়া কাৰক-বিভক্তিৰ প্ৰয়োগ
শব্দ-বিভক্তি আৰু ক্ৰিয়া-বিভক্তিৰ চিন
বাক্য—বাক্যৰ শ্ৰেণীবিভাগ, বাক্যাংশ আৰু খণ্ড-বাক্য, খণ্ডবাক্য আৰু বাক্যাংশৰ প্ৰভেদ, অর্থ অনুসৰি বাক্যৰ
শ্ৰেণীবিভাগ, বাক্যৰ পৰিৱৰ্তন: ধাক্যৰ শ্ৰেণীপৰিৱৰ্তন; এক্য বিশ্লেষণ; পৰোক্ষ আৰু প্ৰত্যক্ষ উক্তি, বাচ্য; বাচ্যৰ পৰিৱৰ্তন।— ৫৭-৬৮ বানান অনুসৰি সমোচ্চাৰণ শব্দৰ অৰ্থ; সমোচ্চাৰণ শব্দৰ
বাক্যত ব্যৱহাৰ। বিপৰীত অৰ্থ বুজোৱা শব্দ; প্রতিশব্দ; বিশেষ্য-বিশেষণৰ
পৰিৱৰ্তন; বিশেষণৰ পৰা বিশেষ্য।
অসমীয়া কৃৎ প্রত্যয়; অসমীয়া তদ্ধিত প্রত্যয়; বৃং আৰু তদ্ধিত প্রত্যয়ৰ তুলনা; নির্দেশক প্রত্যয়; অনির্দেশক প্রত্যয়;
বিদেশী তদ্ধিত প্রত্যয়।
দ্বিতীয় খণ্ড
3 জতুৱা ঠাঁচ-বিশেষ্যৰ লগত জতুৱা ঠাঁচৰ ক্ৰিয়া। : জতুৱা খণ্ডবাক্য, অৰ্থ আৰু ব্যৱহাৰ
! বাক্-সংহতি।
: বিশেষ বিশেষ অর্থত ব্যৱহাৰ হোৱা কিছুমান শব্দৰ বাক্য
তৃতীয় খণ্ড
প্রথম পাঠ : সাৰাংশ লিখন
দ্বিতীয় পাঠ : ভাব-সম্প্ৰসাৰণ
তৃতীয় পাঠ
চতুর্থ পাঠ
পঞ্চম পাঠ
সপ্তম পাঠ
অষ্টম পাঠ
: সৰলাৰ্থ লিখন ।
: পুৰণি অসমীয়াৰ আধুনিক অসমীয়ালৈ পৰিৱৰ্তন ।
: ভুল শুধৰণি ।
:চিঠি-পত্র
: প্রতিবেদন
: ছন্দ আৰু অলংকাৰ
For any questions about Contents: Whatsapp at 9101633046
Additional information
| Weight | 0.5 kg |
|---|---|
| Dimensions | 25 × 22 × 2 cm |
-
- Sale!
MCQ Answers Bank For HSLC Class X 2023 English Medium
- Original price was: ₹260.00.₹230.00Current price is: ₹230.00.
- Add to cart
-
- Sale!
Assam Police Handbook Assamese By Anil Kumar Saharia
- Original price was: ₹350.00.₹330.00Current price is: ₹330.00.
- Add to cart
-
- Sale!
Magical Book on Quicker Maths by M Tyra
- Original price was: ₹400.00.₹360.00Current price is: ₹360.00.
- Add to cart
-
- Sale!
Trueman’s Elementary Biology For Class XII & NEET (USED 2019)
- Original price was: ₹900.00.₹640.00Current price is: ₹640.00.
- Add to cart
-
- Sale!
Oxford Pocket English Grammar
- Original price was: ₹195.00.₹190.00Current price is: ₹190.00.
- Add to cart














Leave a Reply